প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ডঃ কে. কস্তুৰীৰংগনে ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল। "ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল", শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ৰ এটা প’ষ্টত এইদৰে কয়ঃ

"মই ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰলৈ নিস্বাৰ্থ অৱদানৰাজিৰ কথা সদায় স্মৰণীয় হৈ থাকিব।

তেওঁ ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল, ইয়াৰ ফলশ্ৰুতিত আমি বৈশ্বিক স্বীকৃতিও লাভ কৰিলোঁ। তেওঁৰ নেতৃত্বত অভিলাষী উপগ্ৰহ উৎক্ষেপণ আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা হৈছিল।"

"ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল।

মই তেওঁৰ পৰিয়াল-বৰ্গ, অসংখ্য ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।"

 

 

"India will always be grateful to Dr. Kasturirangan for his efforts during the drafting of the National Education Policy (NEP) and in ensuring that learning in India became more holistic and forward-looking. He was also an outstanding mentor to many young scientists and researchers.

My thoughts are with his family, students, scientists and countless admirers. Om Shanti."

 

  • DEVENDRA SHAH MODI KA PARIVAR July 21, 2025

    jay SHREE ram
  • Amrit Raj Upadhyay July 21, 2025

    जय हो
  • Virudthan July 09, 2025

    🌺🌺🌹🌺ஓம் கணபதி போற்றி🌺🌹🌹🌺🌹 🔴🔴🔴🔴ஓம் நமசிவாய போற்றி🙏🌹🌹🌹🔴🔴🔴🔴ஓம் காசிவிஸ்வநாதர் போற்றி🌹
  • Jagmal Singh July 01, 2025

    Namo
  • Anup Dutta June 29, 2025

    🙏🙏🙏
  • Virudthan June 25, 2025

    🔴🔴🔴🔴Vande Matram🚩 Jai Shri Ram🙏🔴🔴🔴 🔴🔴🔴🔴Vande Matram🚩 Jai Shri Ram🙏🔴🔴🔴 🔴🔴🔴🔴Vande Matram🚩 Jai Shri Ram🙏🔴🔴🔴
  • ram Sagar pandey May 29, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹
  • Gaurav munday May 24, 2025

    💋
  • SATISH KUMAR SINGH May 22, 2025

    जय हो
  • Preetam Gupta Raja May 21, 2025

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India emerges as a global mobile manufacturing powerhouse, says CDS study

Media Coverage

India emerges as a global mobile manufacturing powerhouse, says CDS study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2025
July 24, 2025

Global Pride- How PM Modi’s Leadership Unites India and the World