মধ্য প্ৰদেশত সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত হোৱা প্ৰাণ হানিৰ ঘটনাত প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
'X'ত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে কৈছে :
" মধ্য প্ৰদেশৰ গুণাত সংঘটিত পথ দুৰ্ঘটনা হৃদয় বিদাৰক। এই ঘটনাত যি সকলে নিজৰ আত্মীয় স্বজনক হেৰুৱালে তেওঁলোকলৈ মোৰ গভীৰ সমবেদনা জনাইছো। ইয়াৰ লগতে এই দুৰ্ঘটনাত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসন ক্ষতিগ্রস্ত সকলৰ বাবে সম্ভৱপৰ সকলো সহায়তা আগবঢ়াইছে : প্ৰধান মন্ত্ৰী "
मध्य प्रदेश के गुना में हुआ सड़क हादसा हृदयविदारक है। इसमें जिन लोगों ने अपने परिजनों को खोया है, उनके प्रति मेरी गहरी शोक-संवेदनाएं। इसके साथ ही इस दुर्घटना में घायल सभी लोगों के जल्द स्वस्थ होने की कामना करता हूं। राज्य सरकार की देखरेख में स्थानीय प्रशासन पीड़ितों की हरसंभव मदद…
— PMO India (@PMOIndia) December 28, 2023