তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি প্ৰাণ হেৰুৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
পিএমঅ’ৰ এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাসকললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব আৰু আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা যাবঃ প্ৰধানমন্ত্ৰী মোদী।"
Condolences to those who lost their loved ones in an accident in Nagarkurnool, Telangana. May the injured recover at the earliest. From PMNRF, an ex-gratia of Rs. 2 lakh each will be given to the next of kin of the deceased and Rs. 50,000 would be given to the injured: PM Modi
— PMO India (@PMOIndia) July 23, 2021
ప్రధాన మంత్రి జాతీయ సహాయ నిధి నుండి మరణించిన ప్రతి ఒక్కరి కుటుంబ సభ్యులకు 2 లక్షల రూపాయల చొప్పున, అలాగే గాయపడిన ప్రతి ఒక్కరికీ 50000 రూపాయల చొప్పున నష్ట పరిహారం ప్రకటిస్తున్నాను: ప్రధాన మంత్రి నరేంద్ర మోడి
— PMO India (@PMOIndia) July 23, 2021