প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ঘটনাত অতিশয় দুঃখিত হৈছো৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ মই জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী মনোজ সিনহা জী, মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংজী আৰু নিত্যানন্দ ৰায় জীৰ সৈতে কথা পতাৰ লগতে পৰিস্থিতিৰ বুজ লৈছো৷”
Extremely saddened by the loss of lives due to a stampede at Mata Vaishno Devi Bhawan. Condolences to the bereaved families. May the injured recover soon. Spoke to JK LG Shri @manojsinha_ Ji, Ministers Shri @DrJitendraSingh Ji, @nityanandraibjp Ji and took stock of the situation.
— Narendra Modi (@narendramodi) January 1, 2022