প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়, “উত্তৰপ্ৰদেশৰ মথুৰাত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক৷ এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ইয়াৰ সমান্তৰালভাৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী”
उत्तर प्रदेश के मथुरा में हुई सड़क दुर्घटना हृदयविदारक है। इस हादसे में जिन्होंने अपने प्रियजनों को खो दिया है, उनके प्रति मेरी गहरी संवेदनाएं। इसके साथ ही घायलों के शीघ्र स्वस्थ होने की कामना करता हूं: PM @narendramodi
— PMO India (@PMOIndia) May 7, 2022