প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"মহাৰাষ্ট্ৰৰ ধুলেত সংঘটিত দুৰ্ঘটনাটো অতি মৰ্মান্তিক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা দিয়া হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi"
The accident in Dhule, Maharashtra is saddening. Condolences to the bereaved families. Prayers with the injured for a quick recovery. An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) July 4, 2023
महाराष्ट्रात धुळे इथे झालेला अपघात अत्यंत दुःखद आहे. मृतांच्या कुटुंबियांच्या दुःखात मी सहभागी आहे. जखमींना लवकर बरे वाटावे यासाठी प्रार्थना करतो. अपघातात बळी गेलेल्यांच्या कुटुंबियांना प्रत्येकी दोन लाख रुपयांचे सानुग्रह अनुदान PMNRF मधून दिले जाईल. तर जखमींना प्रत्येकी 50000…
— PMO India (@PMOIndia) July 4, 2023