প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে থিৰু মাষ্টাৰ মাথানক সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ প্ৰচেষ্টাৰ বাবে মানুহে সদায় স্মৰণ কৰিব।

এক্সত প্ৰধানমন্ত্ৰীয়ে প’ষ্ট কৰে;

“প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথান জীৰ বিয়োগত মই বেদনাহত হৈছো। সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। তামিলনাডুত আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

 

 

  • Bantu Indolia (Kapil) BJP September 29, 2024

    jay shree ram
  • Vivek Kumar Gupta September 28, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 28, 2024

    नमो ....................🙏🙏🙏🙏🙏
  • Dheeraj Thakur September 26, 2024

    जय श्री राम जय श्री राम
  • Dheeraj Thakur September 26, 2024

    जय श्री राम
  • neelam Dinesh September 26, 2024

    Namo
  • Himanshu Adhikari September 18, 2024

    🇮🇳🇮🇳
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Devender Chauhan September 16, 2024

    om namah shivaye
  • Devender Chauhan September 16, 2024

    shree shyam
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Artificial intelligence & India: The Modi model of technology diffusion

Media Coverage

Artificial intelligence & India: The Modi model of technology diffusion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 মাৰ্চ 2025
March 22, 2025

Citizens Appreciate PM Modi’s Progressive Reforms Forging the Path Towards Viksit Bharat