প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লুধিয়ানাত গেছ নিৰ্গমণৰ ফলত সংঘটিত শোকাৱহ ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মৃত আৰু আহতসকলৰ বাবে অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘টুইট’ কৰিছে:
"গেছ নিৰ্গমণৰ ফলত লুধিয়ানাত সংঘটিত দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী @narendramodiয়ে। প্ৰধানমন্ত্ৰীয়ে ঘটনাটোত মৃত্যু সৱটিবলগীয়া হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব।"
Expressing grief on the tragedy in Ludhiana due to a gas leak, PM @narendramodi has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased. The injured would be given Rs. 50,000.
— PMO India (@PMOIndia) May 1, 2023