প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমত হিমস্খলন দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটত কয়;
“ছিকিমৰ হিমস্ফলনৰ ঘটনাত মৰ্মাহত হৈছো৷ যিসকলে আত্মীয়ক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো৷ আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ উদ্ধাৰ অভিযান অব্যাহত আৰু পীড়িতসকলক সম্ভাব্য সকলো সাহায্য প্ৰদান কৰি থকা হৈছেঃ প্ৰধানমন্ত্ৰী”
Distressed by the avalanche in Sikkim. Condolences to those who have lost their loved ones. I hope the injured recover soon. Rescue ops are underway and all possible assistance is being provided to those affected: PM @narendramodi
— PMO India (@PMOIndia) April 4, 2023