প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰগতিশীল লিংগ নীতি গ্ৰহণৰ বাবে নাগালেণ্ডৰ ৱানছ’ই গাঁৱৰ লোকসকলক প্ৰশংসা কৰিছে।

এটি টুইটত ৰাজ্যসভাৰ সাংসদ শ্ৰীমতী এছ. ফাংনন কন্যাকে জনাইছে যে ৱানছ’ইৰ মহিলাসকলক প্ৰথমবাৰৰ বাবে মৰুঙত প্ৰৱেশ কৰিবলৈ আৰু লগড্ৰাম বজাবলৈ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বলৈকে পৰম্পৰা অনুসৰি, মহিলাসকলক মৰুঙত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহৈছিল।

সাংসদগৰাকীৰ টুইটটোলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এটি অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ, এই পদক্ষেপে মহিলাসকলৰ মৰ্য্যাদা আৰু সবলীকৰণক উদ্দীপনা যোগাব। ৱানছ’ই গাঁৱৰ লোকসকলৰ শলাগ লৈছোঁ।”

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Mutual fund industry on a high, asset surges Rs 17 trillion in 2024

Media Coverage

Mutual fund industry on a high, asset surges Rs 17 trillion in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ডিচেম্বৰ 2024
December 25, 2024

PM Modi’s Governance Reimagined Towards Viksit Bharat: From Digital to Healthcare