QuotePM Modi discusses nine projects worth over Rs. 24,000 crores at Pragati meet
QuotePragati meet: PM Modi reviews progress under Pradhan Mantri Jeevan Jyoti Bima Yojana, Pradhan Mantri Suraksha Bima Yojana

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ প্ৰথমখন প্ৰগতিৰ বৈঠকত সভাপতিত্ব কৰে৷ ৩২তম প্ৰগতিৰ এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি আঁচনিসমূহৰ সময়মতে ৰূপায়নৰ খতিয়ান লোৱা হয়৷

আজিৰ প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে মুঠ এঘাৰটা বিষয়ৰ ওপৰত আলোচনা কৰে৷ ইয়াৰে ভিতৰত ৯টা পলম হোৱা প্ৰকল্পও আছে৷ ২৪,০০০ কোটি টকাৰ এই ৯টা প্ৰকল্প উৰিষ্যা, তেলেংগানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, কেৰেলা আৰু উত্তৰ প্ৰদেশ তথা তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি আছে৷ ইয়াৰে ভিতৰত তিনিটা প্ৰকল্প ৰে’লৱে মন্ত্ৰালয়, পাঁচটা প্ৰকল্প পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয় আৰু এটা প্ৰকল্প পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ আছে৷

|

বীমা আঁচনি- পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই আঁচনিৰ কাম পুনৰীক্ষণ

বৈঠকত প্ৰধানমন্ত্ৰীয়ে পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই বীমা আঁচনিৰ বিত্তীয় সেৱা বিভাগ সম্বন্ধীয় অভিযোগসমূহৰ পৰ্যালোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে অপৰাধ আৰু অপৰাধী অনুসৰণ নেটৱৰ্ক আৰু ছিষ্টেম প্ৰকল্পৰ কামকাজৰো খতিয়ান লয়৷

উল্লেখ্য, ৩১তম প্ৰগতি বৈঠকত প্ৰধানমন্ত্ৰীয়ে ১২.৩০ লাখ কোটি টকাৰ মুঠ ২৬৯টা প্ৰকল্পৰ কামকাজৰ খতিয়ান লৈছিল৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Behind India’s remarkable showing on renewables

Media Coverage

Behind India’s remarkable showing on renewables
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Deputy Prime Minister and Minister for Defence of Australia calls on Prime Minister Modi
June 04, 2025
QuotePM congratulated DPM for Australian Labor Party’s historic victory in the Federal elections
QuoteThey discussed ways to further strengthen the India – Australia Comprehensive Strategic Partnership, which completes its 5 years today
QuoteDPM Marles reiterated Australia’s support in India’s fight against cross border terrorism

The Deputy Prime Minister and Minister for Defence of Australia, Hon. Richard Marles, called on Prime Minister Shri Narendra Modi today. Prime Minister Modi congratulated Deputy Prime Minister Marles on the historic victory of the Australian Labor Party in the recent Federal elections.

The two leaders exchanged ideas to further strengthen the India - Australia Comprehensive Strategic Partnership, which completed five years today. They underlined the importance of enhancing cooperation in key areas such as defence industrial collaboration, resilient supply chains, critical minerals, new and emerging technologies. They reaffirmed that the shared vision for a stable, secure and prosperous Indo-Pacific continues to guide the bilateral collaboration.

Deputy Prime Minister Marles reiterated Australia’s support in India’s fight against cross border terrorism.

Prime Minister extended invitation to PM Albanese for the Annual Summit, to be held in India later this year.