প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএমএমএল ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰে য’ত তেওঁ যুৱক-যুৱতীসকলৰ মাজত গৱেষণা, পাণ্ডিত্যক উৎসাহিত কৰা আৰু ইতিহাসক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ক অধিক জনপ্ৰিয় কৰি তোলাৰ বিষয়েও আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“এনএমএমএল ছ’চাইটিৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিত্ব কৰিলো৷ যুৱক-যুৱতীসকলৰ মাজত গৱেষণা, পাণ্ডিত্যক উৎসাহিত কৰা আৰু ইতিহাসক অধিক আকৰ্ষণীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰো৷ যুৱক-যুৱতীসকলৰ মাজত প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ক অধিক জনপ্ৰিয় কৰি তোলাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰো৷”
Chaired the Annual General Meeting of NMML Society. Emphasised on encouraging research, scholarship among the youth and making history more appealing. Also discussed ways to make the PM-Sangrahalaya more popular among youngsters. https://t.co/gH5DXGcBfa pic.twitter.com/pWOuZbn3zk
— Narendra Modi (@narendramodi) January 2, 2023