উপহাৰ আৰু স্মাৰকসমূহৰ নীলাম অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমত ব্যৱাহাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে।
এই সন্দৰ্ভত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“বিগত সময়ছোৱাত, মই বহু সংখ্যক উপহাৰ আৰু স্মাৰক লাভ কৰিছিলো, যিবোৰ এতিয়া নীলাম কৰিব বিচাৰিছো। এইসমূহৰ ভিতৰত আমাৰ অলিম্পিক হিৰ’সকলে প্ৰদান কৰা স্মাৰকো আছে। এই নীলাম অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰক। ইয়াৰ পৰা সংগৃহীত পুঁজি ‘নমামী গংগে’ কাৰ্যক্ৰমৰ বাবে ব্যৱহাৰ কৰা হ’ব”।
Over time, I have received several gifts and mementos which are being auctioned. This includes the special mementos given by our Olympics heroes. Do take part in the auction. The proceeds would go to the Namami Gange initiative.https://t.co/Oeq4EYb30M pic.twitter.com/PrF44YWBrN
— Narendra Modi (@narendramodi) September 19, 2021