প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ‘বলিদান দিৱস’ত গুৰুজনালৈ শ্ৰদাৰ্ঘ্য নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ বলিদানৰ গাঁথা আমাৰ ইতিহাসৰ এক অবিস্মৰণীয় মুহূৰ্ত। তেওঁ জীৱনৰ শেষ নিঃশ্বাস পৰ্যন্ত অন্যায়ৰ বিৰুদ্ধে যুঁজি গৈছিল। আজিৰ এই দিনটোত মই শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ চৰণত প্ৰণিপাত জনাইছো।

অলপতে দিল্লীৰ ‘শিশ গঞ্জ ছাহিব’লৈ যোৱাৰ কেইটামান মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰিছো”।

  • शिवकुमार गुप्ता January 10, 2022

    जय भारत
  • शिवकुमार गुप्ता January 10, 2022

    जय हिंद
  • शिवकुमार गुप्ता January 10, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता January 10, 2022

    जय श्री राम
  • G.shankar Srivastav January 02, 2022

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea

Media Coverage

'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মাৰ্চ 2025
March 07, 2025

Appreciation for PM Modi’s Effort to Ensure Ek Bharat Shreshtha Bharat