প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নৱৰাত্ৰি’ৰ চতুৰ্থ দিনা নাগৰিকসকলৰ কল্যাণ কামনাৰে ‘মা কুশমাণ্ডা’ৰ চৰণত প্ৰণিপাত জনাইছে।
শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি)ৰ আবৃত্তিও সহভাগ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"নৱৰাত্ৰি’ৰ চতুৰ্থ দিনটো হৈছে মা কুশমাণ্ডাৰ উপাসনাৰ পৱিত্ৰ দিন। মই মোৰ পৰিয়ালৰ সকলো সদস্যৰ কল্যাণৰ বাবে দেৱী মাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। "
नवरात्रि का चौथा दिन मां कूष्मांडा की उपासना का पावन दिन है। देवी माता से अपने सभी परिवारजनों के कल्याण की कामना करता हूं। pic.twitter.com/ANhZOa1l9Z
— Narendra Modi (@narendramodi) October 18, 2023