"ভাৰতৰ অৰ্ধপৰিবাহী খণ্ড এক বিপ্লৱৰ সমীপত আছে, উদ্যোগটোক পৰিৱৰ্তন কৰিবলৈ যুগান্তকাৰী উন্নত ব্যৱস্থা সাজু হৈছে"।
"আজিৰ ভাৰতে বিশ্বৰ ওপৰত আস্থা প্ৰেৰিত কৰে... যেতিয়া চিপবোৰ অৱনমিত হয়, আপোনালোকে ভাৰতৰ ওপৰত বাজি ধৰিব পাৰে"
"ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগ বিশেষ অৰ্ধপৰিবাহী ডিভাইচ অৰ্থাৎ ডায়ডৰে সজ্জিত য'ত শক্তি দুয়ো দিশত প্ৰবাহিত হয়"
"ভাৰতে বৰ্তমানৰ সংস্কাৰবাদী চৰকাৰ, দেশৰ বৰ্ধিত উৎপাদন আধাৰ আৰু প্ৰযুক্তিগত প্ৰৱণতাৰ বিষয়ে অৱগত দেশৰ উচ্চাকাংক্ষী বজাৰ নামৰ এক ত্ৰিমাত্ৰিক শক্তি ধাৰণ কৰিছে"
"এই সৰু চিপটোৱে ভাৰতত অন্তিম অঞ্চললৈ প্ৰসাৰ নিশ্চিত কৰিবলৈ ডাঙৰ কাম কৰি আছে"
"আমাৰ সপোন হৈছে যে পৃথিৱীৰ প্ৰতিটো ডিভাইচত এটা ভাৰতত নিৰ্মিত চিপ থাকিব"
"গোলকীয় অৰ্ধপৰিবাহী উদ্যোগক চালিত কৰাৰ ক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে"
"আমাৰ লক্ষ্য হৈছে যে ভাৰতত ১০০% ইলেক্ট্ৰনিক উৎপাদন হোৱা উচিত"
১১ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া তিনিদিনীয়া সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী ৰণনীতি আৰু নীতি প্ৰদৰ্শন কৰা হ'ব যিয়ে ভাৰতক অৰ্ধপৰিবাহীৰ বাবে এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ ইণ্ডিয়া এক্সপো মাৰ্টত ছেমিকন ইণ্ডিয়া ২০২৪ উদ্বোধন কৰে। শ্ৰী মোদীয়ে প্ৰদৰ্শনীখনত কিছু সময় পদব্ৰজে ভ্ৰমণো কৰে। ১১ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চলিবলগীয়া তিনিদিনীয়া সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী ৰণনীতি আৰু নীতি প্ৰদৰ্শন কৰা হ'ব যিয়ে ভাৰতক অৰ্ধপৰিবাহীৰ বাবে এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ছেমিৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে গোলকীয় অৰ্ধপৰিবাহী উদ্যোগৰ সৈতে সম্পৰ্কিত এক অনুষ্ঠান আয়োজন কৰা ভাৰত হৈছে বিশ্বৰ অষ্টম খন দেশ। "ভাৰতত থকাৰ এইটো সঠিক সময়। আপুনি সঠিক সময়ত সঠিক স্থানত আছে", প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, "একবিংশ শতিকাৰ ভাৰতত চিপবোৰ কেতিয়াও হ্ৰাস নহয়।" তেওঁ লগতে কয় যে আজিৰ ভাৰতে বিশ্বক আশ্বাস দিয়ে, "যেতিয়া চিপবোৰ অৱনমিত হয়, আপুনি ভাৰতৰ ওপৰত বাজি ধৰিব পাৰে।"

অৰ্ধপৰিবাহী উদ্যোগ আৰু এটা ডায়ডৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগত বিশেষ ডায়ড আছে য'ত দুয়ো দিশত শক্তি প্ৰবাহিত হয়। তেওঁ ব্যাখ্যা কৰে যে যদিও উদ্যোগসমূহে বিনিয়োগ কৰে আৰু মূল্য সৃষ্টি কৰে, তথাপিও চৰকাৰে স্থিৰ নীতি আৰু ব্যৱসায় কৰাৰ সহজতা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে অৰ্ধপৰিবাহী উদ্যোগত ব্যৱহৃত এক সংহত বৰ্তনীৰ সমান্তৰালভাৱে এক সমন্বিত পৰিৱেশ তন্ত্ৰ প্ৰদান কৰে আৰু ভাৰতৰ ডিজাইনাৰসকলৰ বহুচৰ্চিত প্ৰতিভাৰ ওপৰত আলোকপাত কৰে। ডিজাইনিং জগতলৈ ভাৰতৰ অৱদান ২০ শতাংশ আৰু নিৰন্তৰ ভাৱে বৃদ্ধি হৈ আছে বুলি অৱগত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ৮৫,০০০ টেকনিচিয়ান, অভিযন্তা তথা গৱেষণা আৰু বিকাশ বিশেষজ্ঞৰ অৰ্ধপৰিবাহী কৰ্মশক্তি সৃষ্টি কৰি আছে। অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা সংস্থাৰ প্ৰথমখন বৈঠকৰ বিষয়ে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "ভাৰতে ইয়াৰ শিক্ষাৰ্থী আৰু পেছাদাৰী উদ্যোগক সাজু কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে"। তেওঁ ১ ট্ৰিলিয়ন টকাৰ এটা বিশেষ গৱেষণা পুঁজিৰ কথাও উল্লেখ কৰিছিল।

 

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এনে ধৰণৰ পদক্ষেপে বিজ্ঞান খণ্ডত অৰ্ধপৰিবাহী আৰু উদ্ভাৱনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বাধ্য আৰু অৰ্ধপৰিবাহী আন্তঃগাঁথনিৰ ওপৰত চৰকাৰৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। ভাৰতৰ ওচৰত বৰ্তমানৰ সংস্কাৰবাদী চৰকাৰ, দেশৰ বৰ্ধিত উৎপাদন আধাৰ আৰু প্ৰযুক্তিগত প্ৰৱণতাৰ বিষয়ে অৱগত দেশৰ উচ্চাকাংক্ষী বজাৰ নামৰ ত্ৰিমাত্ৰিক শক্তি আছে বুলি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ত্ৰিমাত্ৰিক শক্তিৰ এই আধাৰ আন ঠাইত বিচাৰি পোৱাটো কঠিন।

ভাৰতৰ উচ্চাকাংক্ষী আৰু প্ৰযুক্তিমুখী সমাজৰ স্বকীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত চিপৰ অৰ্থ কেৱল প্ৰযুক্তিৰ মাজতেই সীমাবদ্ধ নহয়, কোটি কোটি নাগৰিকৰ আশা-আকাংক্ষা পূৰণৰ এক মাধ্যম। ভাৰত এনে ধৰণৰ চিপৰ এক বৃহৎ উপভোক্তা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে ইয়াৰ ওপৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই সৰু চিপটোৱে ভাৰতত অন্তিম অঞ্চললৈ প্ৰসাৰ নিশ্চিত কৰিবলৈ ডাঙৰ কাম কৰি আছে"। বিশ্বৰ আটাইতকৈ শক্তিশালী বেংকিং প্ৰণালীৰ পতনহোৱাৰ সময়ত কৰোনা ভাইৰাছৰ সংকটৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বেংকসমূহ নিৰন্তৰভাৱে চলি আছে। "ভাৰতৰ ইউপিআই, ৰূপে কাৰ্ড, ডিজি লকাৰ বা ডিজি যাত্ৰাই হওঁক, একাধিক ডিজিটেল প্লেটফৰ্ম ভাৰতৰ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে", তেওঁ উল্লেখ কৰে। স্বাৱলম্বী হ'বলৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে প্ৰতিটো খণ্ডতে উৎপাদন বৃদ্ধি কৰি আছে, বৃহৎ পৰিমাণে সেউজীয়া পৰিৱৰ্তন আনিছে আৰু তথ্য কেন্দ্ৰসমূহৰ চাহিদাও বৃদ্ধি পাইছে। "গোলকীয় অৰ্ধপৰিবাহী উদ্যোগক চালিত কৰাৰ ক্ষেত্ৰত ভাৰতে এক ডাঙৰ ভূমিকা পালন কৰিবলৈ সাজু হৈছে", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা পুৰণি প্ৰবাদ আছে- 'চিপবোৰ য'ত পৰিব পাৰে তাত পৰিবলৈ দিয়ক', ইয়াৰ অৰ্থ হৈছে যি চলি আছে... ইয়াক তেনেদৰেচলিবলৈ দিয়ক কিন্তু আজিৰ যুৱ আৰু উচ্চাকাংক্ষী ভাৰতে এই অনুভূতি অনুসৰণ নকৰে, তেওঁ লগতে কয় যে "ভাৰতৰ নতুন মন্ত্ৰই ভাৰতত উৎপাদিত চিপৰ সংখ্যা বৃদ্ধি কৰিছে"। অৰ্ধপৰিবাহী উৎপাদনৰ প্ৰসাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা অজস্ৰ পদক্ষেপৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চৰকাৰে অৰ্ধপৰিবাহী উৎপাদন সুবিধা স্থাপনৰ বাবে ৫০% বিত্তীয় সহায় আগবঢ়াইছে, লগতে ৰাজ্য চৰকাৰসমূহেও এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই নীতিসমূহৰ বাবে ভাৰতে অতি কম সময়ৰ ভিতৰতে ১.৫ ট্ৰিলিয়ন টকাৰ অধিক বিনিয়োগ আকৰ্ষিত কৰিছে আৰু বহুতো প্ৰকল্প পাইপলাইনত আছে। শ্ৰী মোদীয়ে ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ ব্যাপক দৃষ্টিভংগীৰ ওপৰতো আলোকপাত কৰে যিয়ে ফ্ৰণ্ট-এণ্ড ফেব, ডিচপ্লে ফেব, অৰ্ধপৰিবাহী পেকেজিং আৰু যোগান শৃংখলাৰ অন্যান্য গুৰুত্বপূৰ্ণ উপাদানসমূহৰ বাবে বিত্তীয় সহায় আগবঢ়ায়। "আমাৰ সপোন হৈছে যে পৃথিৱীৰ প্ৰতিটো ডিভাইচত এটা ভাৰতত নিৰ্মিত চিপ থাকিব," তেওঁ এই বছৰ লালকিল্লাৰ পৰা ঘোষণা কৰাৰ কথা স্মৰণ কৰে। তেওঁ অৰ্ধপৰিবাহী শক্তিক্ষেত্ৰ হ'বলৈ যি লাগে সেয়া কৰাৰ ভাৰতৰ উচ্চাকাংক্ষাৰ কথা দোহাৰে।

 

প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহী উদ্যোগৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে আৰু ঘৰুৱা উৎপাদন আৰু বিদেশী অধিগ্ৰহণ বৃদ্ধিৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বাবে শুল্ক ৰেহাই আৰু খনি নিলামৰ ওপৰত দ্ৰুতগতিত কাম কৰি আছে। শ্ৰী মোদীয়ে লগতে আইআইটিৰ সহযোগত ভাৰতীয় মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানত এক অৰ্ধপৰিবাহী গৱেষণা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে, যাতে আজিৰ বাবে কেৱল উচ্চ-প্ৰযুক্তিৰ চিপ প্ৰস্তুত কৰা নহয়, পৰৱৰ্তী প্ৰজন্মৰ চিপো প্ৰস্তুত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে 'অইল ডিপ্লোমেচী'ৰ কথা স্মৰণ কৰি কয় যে বিশ্বই আজি 'চিলিকন ডিপ্লোমেচী'ৰ যুগলৈ আগবাঢ়িছে।  প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক পৰিকাঠামোৰ যোগান শৃংখলা পৰিষদৰ উপাধ্যক্ষ হিচাপে ভাৰতক বাছনি কৰা হৈছে আৰু ই কোৱাড অৰ্ধপৰিবাহী যোগান শৃংখলা উদ্যোগৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ইয়াৰ উপৰি, জাপান আৰু ছিংগাপুৰৰ দৰে দেশৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে আৰু ভাৰতে অৰ্ধপৰিবাহী খণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সহযোগিতা গভীৰ কৰি তুলিছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহীৰ ওপৰত ভাৰতৰ গুৰুত্বৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাসকলক ডিজিটেল ইণ্ডিয়া মিছনৰ সফলতা অধ্যয়ন কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে ডিজিটেল ইণ্ডিয়া মিছনে দেশখনক এক স্বচ্ছ, কাৰ্যকৰী আৰু ছেদমুক্ত শাসন প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু ইয়াৰ গুণৰ প্ৰভাৱ আজি অনুভৱ কৰিব পাৰি। ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত মোবাইল হেণ্ডছেট আৰু ডাটা সুলভ কৰাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ আৰু আন্তঃগাঁথনি আৰম্ভ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত এটা দশক পূৰ্বে মোবাইল ফোনৰ সৰ্ববৃহৎ আমদানিকৰ্তা সকলৰ ভিতৰত অন্যতম আছিল, আনহাতে আজি ই হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন উৎপাদক আৰু ৰপ্তানিকৰ্তা। তেওঁ ভাৰতৰ দ্ৰুত প্ৰগতিৰ কথা উল্লেখ কৰি বিশেষকৈ ৫জি হেণ্ডছেট বজাৰত উপলভ্য হোৱাৰ মাত্ৰ দুবছৰ পাছত ভাৰত এতিয়া গোলকীয় ৫জি হেণ্ডছেটৰ বাবে দ্বিতীয় সৰ্ববৃহৎ বজাৰ।

 

ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ মূল্য এতিয়া ১৫০ বিলিয়ন ডলাৰৰ অধিক হোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ ইলেক্ট্ৰনিক্স খণ্ডক ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা আৰু এই দশকৰ শেষৰ ফালে ৬ নিযুত চাকৰি সৃষ্টি কৰাৰ এক বৃহৎ লক্ষ্যৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এই বিকাশে ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডক পোনপটীয়াকৈ লাভান্বিত কৰিব। "আমাৰ লক্ষ্য হৈছে যে ভাৰতত ১০০% বৈদ্যুতিক উৎপাদন কৰা, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, "ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ কেৱল ভাৰতৰ প্ৰত্যাহ্বানৰ বাবেই নহয়, গোলকীয় প্ৰত্যাহ্বানৰ বাবেও এক সমাধান"। ডিজাইনৰ ক্ষেত্ৰৰ পৰা অংকন কৰি প্ৰধানমন্ত্ৰীয়ে এটা ৰূপক উল্লেখ কৰে - 'বিফলতাৰ একক বিন্দু' আৰু ব্যাখ্যা কৰে যে ডিজাইনৰ শিক্ষাৰ্থীসকলক এই ত্ৰুটি পৰিহাৰ কৰিবলৈ শিকোৱা হয় মুখ্যতঃ মাত্ৰ এটা উপাদানৰ ওপৰত প্ৰণালীৰ নিৰ্ভৰশীলতাৰ বাবে। তেওঁ লগতে কয় যে এই নীতি যোগান শৃংখলাৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য। তেওঁ মন্তব্য কৰে, "কোভিড হওঁক বা যুদ্ধই হওঁক, যোগান শৃংখলাৰ ব্যাঘাতৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিবলৈ এটাও উদ্যোগ নাই।" এক স্থিতিস্থাপক যোগান শৃংখলাৰ প্ৰয়োজনয়ীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত স্থিতিস্থাপকতা গঢ়ি তোলাত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাক লৈ গৌৰৱ প্ৰকাশ কৰে আৰু যোগান শৃংখলা সুৰক্ষিত কৰাৰ বাবে গোলকীয় অভিযানত দেশক এক গুৰুত্বপূৰ্ণ স্থান দিয়ে।

 

প্ৰযুক্তি আৰু গণতান্ত্ৰিক মূল্যবোধৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিবিদ্যাত ইতিবাচক শক্তি যেতিয়া গণতান্ত্ৰিক মূল্যবোধৰ সৈতে একত্ৰিত হয় তেতিয়া ই বিস্তাৰিত হয়। তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে প্ৰযুক্তিৰ পৰা গণতান্ত্ৰিক মূল্যবোধ প্ৰত্যাহাৰৰ ফলত দ্ৰুত ক্ষতি হয়। শ্ৰী মোদীয়ে সংকটৰ সময়তো কাৰ্যক্ষম হৈ থকা এখন পৃথিৱী গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব পুনৰ ব্যক্ত কৰি কয়, "ভ্ৰাম্যমাণ উৎপাদন, ইলেক্ট্ৰনিক্স বা অৰ্ধপৰিবাহী হওঁক, আমাৰ মনোযোগ স্পষ্ট– আমি এনে এখন পৃথিৱী গঢ়ি তুলিব বিচাৰো যি সংকটৰ সময়ত বন্ধ নহয় বা বিৰতি নকৰে কিন্তু আগবাঢ়ি গৈ থাকে।" ভাষণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰাৰ ভাৰতৰ সামৰ্থ্যৰ ওপৰত আস্থা ব্যক্ত কৰে আৰু এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰযুক্তি আৰু গণতান্ত্ৰিক মূল্যবোধৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিবিদ্যাত ইতিবাচক শক্তি যেতিয়া গণতান্ত্ৰিক মূল্যবোধৰ সৈতে একত্ৰিত হয় তেতিয়া ই বিস্তাৰিত হয়। তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে প্ৰযুক্তিৰ পৰা গণতান্ত্ৰিক মূল্যবোধ প্ৰত্যাহাৰৰ ফলত দ্ৰুত ক্ষতি হয়। শ্ৰী মোদীয়ে সংকটৰ সময়তো কাৰ্যক্ষম হৈ থকা এখন পৃথিৱী গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব পুনৰ ব্যক্ত কৰি কয়, "ভ্ৰাম্যমাণ উৎপাদন, ইলেক্ট্ৰনিক্স বা অৰ্ধপৰিবাহী হওঁক, আমাৰ মনোযোগ স্পষ্ট– আমি এনে এখন পৃথিৱী গঢ়ি তুলিব বিচাৰো যি সংকটৰ সময়ত বন্ধ নহয় বা বিৰতি নকৰে কিন্তু আগবাঢ়ি গৈ থাকে।" ভাষণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰাৰ ভাৰতৰ সামৰ্থ্যৰ ওপৰত আস্থা ব্যক্ত কৰে আৰু এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহীৰ ওপৰত ভাৰতৰ গুৰুত্বৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাসকলক ডিজিটেল ইণ্ডিয়া মিছনৰ সফলতা অধ্যয়ন কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে ডিজিটেল ইণ্ডিয়া মিছনে দেশখনক এক স্বচ্ছ, কাৰ্যকৰী আৰু ছেদমুক্ত শাসন প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু ইয়াৰ গুণৰ প্ৰভাৱ আজি অনুভৱ কৰিব পাৰি। ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত মোবাইল হেণ্ডছেট আৰু ডাটা সুলভ কৰাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ আৰু আন্তঃগাঁথনি আৰম্ভ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত এটা দশক পূৰ্বে মোবাইল ফোনৰ সৰ্ববৃহৎ আমদানিকৰ্তা সকলৰ ভিতৰত অন্যতম আছিল, আনহাতে আজি ই হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন উৎপাদক আৰু ৰপ্তানিকৰ্তা। তেওঁ ভাৰতৰ দ্ৰুত প্ৰগতিৰ কথা উল্লেখ কৰি বিশেষকৈ ৫জি হেণ্ডছেট বজাৰত উপলভ্য হোৱাৰ মাত্ৰ দুবছৰ পাছত ভাৰত এতিয়া গোলকীয় ৫জি হেণ্ডছেটৰ বাবে দ্বিতীয় সৰ্ববৃহৎ বজাৰ।

 

ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ মূল্য এতিয়া ১৫০ বিলিয়ন ডলাৰৰ অধিক হোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশৰ ইলেক্ট্ৰনিক্স খণ্ডক ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা আৰু এই দশকৰ শেষৰ ফালে ৬ নিযুত চাকৰি সৃষ্টি কৰাৰ এক বৃহৎ লক্ষ্যৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এই বিকাশে ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডক পোনপটীয়াকৈ লাভান্বিত কৰিব। "আমাৰ লক্ষ্য হৈছে যে ভাৰতত ১০০% বৈদ্যুতিক উৎপাদন কৰা, তেওঁ লগতে কয়।

 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, ছেমিৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জিতেন প্ৰসাদ, টাটা ইলেক্ট্ৰনিকছৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অজিত মনোচা, এনএক্সপি অৰ্ধপৰিবাহীৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰণধীৰ ঠাকুৰ, ৰেনেছাছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী কুৰ্ট ছিভাৰ্ছ।  শ্ৰীযুত হিড়েতোশী শিবাটা আৰু আইএমইচিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত লুক ভান ডেন হোভ অনুষ্ঠানটোত উপস্থিত আছিল।

 

 

Click here to read full text speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।