প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"@DoPTGoI দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰোঁ। বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু বিভাগটোত সমন্বয় আৰু দক্ষতা অধিক উন্নত কৰাৰ উপায়ৰ ওপৰত আলোকপাত কৰোঁ।"
Attended the Chintan Shivir organised by @DoPTGoI. Interacted with officers and highlighted ways to further improve synergy and efficiency in the department. pic.twitter.com/OkHk68xNGq
— Narendra Modi (@narendramodi) February 18, 2023