২০২৩ চনৰ ২১ মে’ৰ সন্ধিয়া প’ৰ্ট ম’ৰছবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত জেমছ মাৰাপেই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডীক ১৯টা বন্দুক আৰু গাৰ্ড অৱ অনাৰৰ চেলুট প্ৰদান কৰা হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে পাপুৱা নিউগিনি ভ্ৰমণ। এই ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ সৈতে ভাৰতৰ ঘনিষ্ঠ বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
Reached Papua New Guinea. I am thankful to PM James Marape for coming to the airport and welcoming me. This is a very special gesture which I will always remember. I look forward to boosting India’s ties with this great nation during my visit. pic.twitter.com/9pBzWQ6ANT
— Narendra Modi (@narendramodi) May 21, 2023
Some more glimpses from a very special welcome in Papua New Guinea. pic.twitter.com/uHFCV2j0FA
— Narendra Modi (@narendramodi) May 21, 2023
The Indian community in Papua New Guinea came in large numbers and showed remarkable affection. Thankful to them for the memorable welcome. pic.twitter.com/K1BT4RGe7B
— Narendra Modi (@narendramodi) May 21, 2023