‘মাতা বৈষ্ণো দেৱী ভৱন’ত পদপৃষ্ট হোৱাসকলৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)-ৰ পৰা আগবঢ়াব খোজা এককালীন সাহায্যৰ প্ৰস্তাৱলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছো।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হয়;
“মাতা বৈষ্ণো দেৱী ভৱন’ত পদপৃষ্ট হৈ নিহত হোৱাসকলৰ প্ৰতিগৰাকীৰ নিকটাত্মীয়লৈ ২লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব। এই ঘটনাত আহত হোৱাসকলক ৫০,০০০টকাকৈ দিয়া হ’ব: PM @narendramodi"
An ex-gratia of Rs. 2 lakh each from PMNRF would be given to the next of kin of those who lost their lives due to the stampede at Mata Vaishno Devi Bhawan. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) January 1, 2022