প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িষাৰ মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সকলক ৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
PM @narendramodi has approved an ex-gratia of Rs. 2 lakh each from Prime Minister’s National Relief Fund for the next of kin of those who have lost their lives due to the unfortunate accident in Gwalior, MP. Rs. 50,000 would be given to those seriously injured.
— PMO India (@PMOIndia) March 23, 2021