প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিমাত্ৰিক মুদ্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা কথাক প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"এই উদ্দেশ্যৰ বাবে প্ৰযুক্তিয়ে আগবঢ়োৱা নতুন পন্থা ব্যৱহাৰ কৰা দেখি ভাল লাগিছে।"
Good to see new avenues of technology being harnessed for this purpose. https://t.co/TWLB63c4dn
— Narendra Modi (@narendramodi) April 12, 2023