প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে #NiveshakDidi ৰ অধীনত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল হ্ৰদত ভাৰতৰ প্ৰথম 'ফ্লোটিং ফাইনেন্সিয়েল লিটাৰেচি কেম্প' পৰিচালনা কৰাৰ বাবে আইপিপিবিক প্ৰশংসা কৰে।
ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আশ্চৰ্যজনক পদক্ষেপ, যি মহিলা সশক্তিকৰণক অধিক শক্তিশালী কৰিব!"
Wonderful initiative which will further women empowerment! https://t.co/YRSCYBFydh
— Narendra Modi (@narendramodi) November 5, 2022