প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাভ্যাসৰ বাবে কেইবাখনো দেশৰ লোকক একত্ৰিত কৰিবলৈ দোহা, কটৰস্থিত ভাৰতীয় দূতাৱাসে চলোৱা গুৰুত্বপূৰ্ণ প্ৰয়াসক প্ৰশংসা কৰিছে। তেওঁ লগতে কয় যে ভাল স্বাস্থ্য আৰু আৰোগ্য সন্দৰ্ভত যোগে সমগ্ৰ বিশ্বক একতাৰ সূত্ৰত বান্ধি আছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"ভাল স্বাস্থ্য আৰু আৰোগ্য সন্দৰ্ভত যোগে সমগ্ৰ বিশ্বক একতাৰ সূত্ৰত বান্ধি আছে। কেইবাখনো ৰাষ্ট্ৰৰ লোকক যোগাভ্যাসৰ বাবে একত্ৰিত কৰাৰ @IndEmbDoha ৰ মহৎ প্ৰয়াস।”
Yoga is uniting the world in pursuit of good health and wellness. A great effort by @IndEmbDoha of bringing together people from several nations for practising Yoga. https://t.co/nC7L9pOjLV
— Narendra Modi (@narendramodi) March 26, 2022