প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৬সংখ্যক ৰাষ্ট্ৰীয় গেমছত ১০ বছৰীয়া মল্লখাম্ব খেলুৱৈ শৌৰ্যজিতৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে৷
গুজৰাটৰ তথ্যৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,
“কেনে এগৰাকী তাৰকা শৌৰ্যজিত!”
What a star Shauryajit is. https://t.co/8WoNldijfI
— Narendra Modi (@narendramodi) October 8, 2022