প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে। আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’ব।”
PM @narendramodi has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the tragic cylinder mishap in Jodhpur, Rajasthan. The injured would be given Rs. 50,000 each.
— PMO India (@PMOIndia) December 16, 2022