ৰাজ্যসভাৰ সদস্যসকলক নাৰীশক্তি বন্দন অধিনিয়মক সৰ্বসন্মতভাৱে সমৰ্থন কৰিবলৈ তেওঁ আহ্বান জনায়
"নতুন সংসদ কেৱল এটা নতুন ভৱন নহয়, এক নতুন আৰম্ভণিৰো প্ৰতীক"
"ৰাজ্যসভাৰ আলোচনা সদায় কেইবাজনো মহান ব্যক্তিৰ অৱদানেৰে সমৃদ্ধ হৈ আহিছে। এই সন্মানীয় সদনে ভাৰতীয়সকলৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ শক্তি প্ৰদান কৰিব"
"সমবায় ফেডাৰেলিজমে বহুতো গুৰুত্বপূৰ্ণ বিষয়ত ইয়াৰ শক্তি প্ৰকাশ কৰিছে"
"যেতিয়া আমি নতুন সংসদ ভৱনত স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰোঁ, ই উন্নত ভাৰতৰ সোণালী শতিকা হ'ব।"
তেওঁ লোকসভাত দিয়া ভাষণৰ কথা স্মৰণ কৰি এই বিশেষ অনুষ্ঠানত ৰাজ্যসভাত ভাষণ দিয়াৰ সুযোগ পোৱাৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
দেশলৈ এনে ধৰণৰ অৱদানে কাৰ্যক্ৰমৰ মূল্য বৃদ্ধি কৰে বুলি উল্লেখ কৰি তেওঁ কয়, "এয়া দেশৰ স্বাভাৱিক প্ৰত্যাশা"।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনত ৰাজ্যসভাক সম্বোধন কৰি ভাষণ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ এই অনুষ্ঠানটো ঐতিহাসিক আৰু স্মৰণীয়। তেওঁ লোকসভাত দিয়া ভাষণৰ কথা স্মৰণ কৰি এই বিশেষ অনুষ্ঠানত ৰাজ্যসভাত ভাষণ দিয়াৰ সুযোগ পোৱাৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

 

ৰাজ্যসভাক সংসদৰ উচ্চ সদন বুলি গণ্য কৰা হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সংবিধান প্ৰণেতাসকলৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে যে সদন ৰাজনৈতিক বক্তৃতাৰ উত্থান-পতনৰ উৰ্ধত গৈ গুৰুত্বপূৰ্ণ বৌদ্ধিক আলোচনাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সমান্তৰালকৈ ই দেশক এক দিশ দিয়ে। দেশলৈ এনে ধৰণৰ অৱদানে কাৰ্যক্ৰমৰ মূল্য বৃদ্ধি কৰে বুলি উল্লেখ কৰি তেওঁ কয়, "এয়া দেশৰ স্বাভাৱিক প্ৰত্যাশা"।

 

সৰ্বপল্লী ৰাধাকৃষ্ণনৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদ কেৱল বিধায়িনী সংস্থা নহয় বৰঞ্চ এক আলোচনামূলক সংস্থা। শ্ৰী মোদীয়ে কয় যে ৰাজ্যসভাত গুণগত বিতৰ্ক শুনি সদায় আনন্দ পোৱা যায়। নতুন সংসদ কেৱল নতুন অট্টালিকা নহয়, ই এক নতুন আৰম্ভণিৰ প্ৰতীক বুলিও তেওঁ কয়। অমৃত কালৰ পুৱাতে এই নতুন অট্টালিকাটোৱে ১৪০ কোটি ভাৰতীয়ৰ মাজত এক নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে নিৰ্দিষ্ট সময়সীমাত লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কাৰণ দেশে আৰু অপেক্ষা কৰিবলৈ সাজু নহয়। ৰাইজৰ আকাংক্ষা পূৰণৰ বাবে নতুন চিন্তা আৰু শৈলীৰে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে আৰু তাৰ বাবে কাম আৰু চিন্তাৰ পৰিসৰ বৃদ্ধি কৰাৰ প্ৰয়োজন হ’ব বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদীয় সততাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ বিধায়িনী সংস্থাসমূহৰ বাবে সদন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

 

যোৱা ৯ বছৰত লোৱা সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সেই বিষয়সমূহ আঙুলিয়াই দিয়ে যিবোৰ দশক দশক ধৰি বিচাৰাধীন হৈ আছে আৰু কীৰ্তিচিহ্নস্বৰূপ বুলি বিবেচিত হৈছিল। “ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এনে বিষয়ক স্পৰ্শ কৰাটো এক বৃহৎ ভুল বুলি গণ্য কৰা হৈছিল”, ৰাজ্যসভাত প্ৰয়োজনীয় সংখ্যা নথকা সত্ত্বেও চৰকাৰে এই দিশত ডাঙৰ অগ্ৰগতি লোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়।

 

তেওঁ দেশৰ উন্নতিৰ বাবে সমস্যাসমূহ গ্ৰহণ কৰি সমাধান কৰাত সন্তুষ্টি প্ৰকাশ কৰে আৰু একে কামৰ বাবে সদস্যসকলৰ পৰিপক্কতা আৰু বুদ্ধিমত্তাৰ কৃতিত্ব দিয়ে। তেওঁ লগতে কয়, ‘সদনত সংখ্যাবলৰ বাবে নহয়, নিপুণতা আৰু বুজাবুজিৰ বাবেহে ৰাজ্যসভাৰ মৰ্যাদা ৰক্ষা কৰা হয়। এই কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰীয়ে সদনৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গণতান্ত্ৰিক পদ্ধতিত ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিলেও ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমবায় ফেডাৰেলিজমৰ ওপৰত গুৰুত্ব দিয়াৰ সময়ত দেশে বহু গুৰুত্বপূৰ্ণ বিষয়ত অতি সহযোগিতাৰে আগবাঢ়িছে। কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ নিদৰ্শন হিচাপে তেওঁ ক’ৰোনা মহামাৰীৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেৱল সংকটৰ সময়তে নহয়, উদযাপনৰ সময়তো বিশ্বক প্ৰভাৱিত কৰিছে। ৬০খনতকৈও অধিক চহৰত জি-২০ ইভেণ্ট আৰু দিল্লীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সময়ত এই মহান দেশৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হৈছিল বুলিও তেওঁ কয়। তেওঁ কয়, এইটোৱেই হৈছে সমবায় ফেডাৰেলিজমৰ শক্তি। তেওঁ লগতে উল্লেখ কৰে যে নতুন ভৱনটোৱে ফেডাৰেলিজমৰ মনোভাৱকো প্ৰতিনিধিত্ব কৰে কাৰণ নতুন ভৱনটোৰ পৰিকল্পনাত ৰাজ্যসমূহৰ শিল্পকৰ্মই বিশেষভাৱে স্থান লাভ কৰে।

 

দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৫০ বছৰতকৈও অধিক সময় সম্পন্ন হোৱা অগ্ৰগতি এতিয়া মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে দেখা পোৱা যাব। তেওঁ ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰযুক্তিগত উন্নতিৰ সৈতে নিজকে গতিশীলভাৱে খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সংবিধান সদনত স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিলোঁ। ২০৪৭ চনত যেতিয়া নতুন ভৱনত স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব, তেতিয়া এই উদযাপন উন্নত ভাৰতত হ’ব। তেওঁ লগতে কয় যে পুৰণি সংসদ ভৱনত আমি বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত ৫ম স্থানত উপনীত হৈছো। নতুন সংসদত আমি বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত স্থান পাম বুলি মই নিশ্চিত।’ দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে আমি বহু ব্যৱস্থা গ্ৰহণ কৰিলেও নতুন সংসদত সেই আঁচনিসমূহৰ সম্পূৰ্ণ কভাৰেজ লাভ কৰিব বুলিও তেওঁ কয়।

 

এই সদন অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত হোৱাৰ বাবে নতুন সংসদ ভৱনৰ লগতে নতুন প্ৰযুক্তি গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। লগতে সদনত উপলব্ধ নতুন প্ৰযুক্তিৰ সৈতে অভ্যস্ত হোৱাৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবলৈ সদস্যসকলক আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয়, এই ডিজিটেল যুগত আমি প্ৰযুক্তিক আমাৰ জীৱনৰ অংগ কৰি লোৱা উচিত। মেক ইন ইণ্ডিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে নতুন শক্তি আৰু উৎসাহেৰে এই পদক্ষেপৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিছে।

 

লোকসভাত দাখিল কৰা নাৰীশক্তি বন্দন আইনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি যেতিয়া জীৱনৰ সহজতাৰ কথা কওঁ তেতিয়া সেই সহজতাৰ ওপৰত মহিলাৰ প্ৰথম অধিকাৰ আছে। তেওঁ কয় যে বহু খণ্ডত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহিলাৰ সম্ভাৱনাই সুযোগ পাব লাগে। মহিলাৰ জীৱনৰ পৰা ‘যদি আৰু কিন্তু’ৰ সময় শেষ হৈছে।”

 

তেওঁ কয় যে বেটি বচাও বেটি পঢ়াও কাৰ্যসূচী জনসাধাৰণৰ কাৰ্যসূচীত পৰিণত হৈছে। জন ধন আৰু মুদ্ৰা যোজনাত মহিলাৰ অংশগ্ৰহণৰ কথাও তেওঁ উল্লেখ কৰে। তিনি তালাক বিলুপ্ত কৰাৰ লগতে মহিলাৰ সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জি-২০ত মহিলা নেতৃত্বাধীন উন্নয়ন আছিল আটাইতকৈ ডাঙৰ আলোচনাৰ বিষয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংসদত মহিলাৰ বাবে সংৰক্ষণৰ বিষয়টো দশক দশক ধৰি বিচাৰাধীন হৈ আছে আৰু সকলোৱে নিজৰ ক্ষমতাৰে ইয়াত অৰিহণা যোগাইছে। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে বিধেয়কখন উত্থাপন কৰা হৈছিল আৰু অটল জীৰ কাৰ্যকালত কেইবাটাও আলোচনা হৈছিল যদিও সংখ্যাৰ অভাৱত বিধেয়কখন অনুমোদন কৰিব পৰা নগ’ল বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে বিধেয়কখন অৱশেষত আইনত পৰিণত হ’ব আৰু নিশ্চিত হ’ব।

তেওঁ নাৰী শক্তি বন্দন আইনখনক সংবিধান সংশোধনী বিধেয়ক হিচাপে আজি লোকসভাত উত্থাপনৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে, যাৰ ওপৰত কাইলৈ ​​বিতৰ্ক হ’ব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ সদস্যসকলক সৰ্বসন্মতিক্ৰমে বিধেয়কখনক সমৰ্থন কৰিবলৈ আহ্বান জনাই ভাষণৰ সামৰণি মাৰে, যাতে ইয়াৰ ক্ষমতা আৰু প্ৰসাৰ সম্পূৰ্ণৰূপে বৃদ্ধি কৰিব পৰা যায়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।