Quote"আজি আমি অমৃত মহোতসৱ উপলক্ষে বাপুজীৰ গ্ৰামীন বিকাশৰ সপোন সাৰ্থক কৰিব লাগিব"
Quote"প্ৰায় ডেৰ লাখ পঞ্চায়ত প্ৰতিনিধিয় একগোট হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰৰ শক্তিক সূচায়"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত গুজৰাট পঞ্চায়ত মহাসন্মিলন সম্বোধন কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ পঞ্চায়ত ৰাজ প্ৰতিনিধিসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাট হ’ল বাপু আৰু ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্মভূমি। তেওঁ কয়, ‘বাপুৱে সদায় গ্ৰাম্য উন্নয়ন, আত্মনিৰ্ভৰশীল গাঁওৰ কথা কৈছিল। আজি আমি অমৃত মহোতসৱ উপলক্ষে বাপুজীৰ গ্ৰামীন বিকাশৰ সপোন সাৰ্থক কৰিব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে শৃংখলাবদ্ধ আৰু সুব্যৱস্থাপনাৰে মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ বাবে গুজৰাটৰ পঞ্চায়ত আৰু গাওঁসমূহক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে উল্লেখ কৰে যে গুজৰাটত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ সংখ্যা পুৰষতকৈ বেছি। প্ৰায় ডেৰ লাখ পঞ্চায়ত প্ৰতিনিধি একগোট হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰৰ শক্তিক সূচায় বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে সৰু সৰু অথচ প্ৰাথমিক পদক্ষেপেৰে কিদৰে গাঁওসমূহৰ উন্নয়ন কৰিব পাৰি, সেই সন্দৰ্ভত পঞ্চায়ত সদস্যসকলক পৰামৰ্শ আগবঢ়ায়।

  • Chowkidar Margang Tapo April 30, 2022

    bharat mata ki
  • ranjeet kumar April 28, 2022

    jay sri ram🙏🙏🙏
  • Vivek Kumar Gupta April 24, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 24, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 24, 2022

    जयश्रीराम
  • Vivek Kumar Gupta April 24, 2022

    नमो नमो
  • Vivek Kumar Gupta April 24, 2022

    नमो
  • ranjeet kumar April 20, 2022

    jay🙏🎉🎉
  • Gopal Manna March 31, 2022

    namo
  • Dinesh Haldina March 27, 2022

    Jai Shree Ram j
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Artificial intelligence & India: The Modi model of technology diffusion

Media Coverage

Artificial intelligence & India: The Modi model of technology diffusion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to Water Conservation on World Water Day
March 22, 2025

The Prime Minister, Shri Narendra Modi has reaffirmed India’s commitment to conserve water and promote sustainable development. Highlighting the critical role of water in human civilization, he urged collective action to safeguard this invaluable resource for future generations.

Shri Modi wrote on X;

“On World Water Day, we reaffirm our commitment to conserve water and promote sustainable development. Water has been the lifeline of civilisations and thus it is more important to protect it for the future generations!”