প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"ৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।

 

|

ক্ষুধা আৰু দৰিদ্ৰতাৰে মোকাবিলাৰ বাবে ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যোৱা দহ বছৰত ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা উলিয়াই আনিছে আৰু দেশৰ ৮০০ নিযুত লোকক বিনামূলীয়া খাদ্যদ্ৰব্য বিতৰণ কৰি আছে। খাদ্য সুৰক্ষাৰে মোকাবিলা কৰাত ভাৰতৰ সফলতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে 'বেক টু বেচিক্স এণ্ড মাৰ্চ টু ফিউচাৰ' আধাৰিত দৃষ্টিভংগীয়ে ফলাফল প্ৰদান কৰিছে। তেওঁ মহিলাৰ নেতৃত্বত উন্নয়নৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অধিক বৰ্ণনা কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকা আৰু আন ঠাইসমূহত খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰসংগতো আলোকপাত কৰে। এই সন্দৰ্ভত তেওঁ ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে এক গোলকীয় মিত্ৰতা স্থাপনৰ বাবে ব্ৰাজিলৰ পদক্ষেপক আদৰণি জনাই কয় যে চলিত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ ফলত ‘বিশ্ব দক্ষিণ’ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে আৰু সেয়েহে তেওঁলোকৰ উদ্বেগক প্ৰাধান্য দিয়া উচিত।

 

|

প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ মন্তব্য ইয়াত চাব পাৰিব।

 

  • Vivek Kumar Gupta January 08, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta January 08, 2025

    नमो ...................🙏🙏🙏🙏🙏
  • JYOTI KUMAR SINGH December 08, 2024

    🙏
  • Preetam Gupta Raja December 08, 2024

    जय श्री राम
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️🕉️
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️
  • கார்த்திக் December 04, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌺 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌺🌺 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌺🌹
  • DEBASHIS ROY December 04, 2024

    🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
  • DEBASHIS ROY December 04, 2024

    joy hind joy bharat
  • DEBASHIS ROY December 04, 2024

    bharat mata ki joy
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PLI Scheme - A Game Changer for India's Textile Sector

Media Coverage

PLI Scheme - A Game Changer for India's Textile Sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM welcomes Group Captain Shubhanshu Shukla on return to Earth from his historic mission to Space
July 15, 2025

The Prime Minister today extended a welcome to Group Captain Shubhanshu Shukla on his return to Earth from his landmark mission aboard the International Space Station. He remarked that as India’s first astronaut to have journeyed to the ISS, Group Captain Shukla’s achievement marks a defining moment in the nation’s space exploration journey.

In a post on X, he wrote:

“I join the nation in welcoming Group Captain Shubhanshu Shukla as he returns to Earth from his historic mission to Space. As India’s first astronaut to have visited International Space Station, he has inspired a billion dreams through his dedication, courage and pioneering spirit. It marks another milestone towards our own Human Space Flight Mission - Gaganyaan.”