প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড'মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।

|

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশ গাঁথাৰ ওপৰত আলোকপাত কৰে আৰু দেশৰ বিকাশৰ এজেণ্ডাবিলাক সফলতাৰে অধিক আগুৱাই নিবলৈ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভাৰতৰ সফলতাৰ গাঁথাক উদগণি দিয়া আৰু ভাৰতৰ সফলতাৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে কাম কৰাত প্ৰবাসী ভাৰতীয়সকলৰ বহুমূলীয়া যোগদানৰো প্ৰশংসা কৰে।

|

        

|

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Reena chaurasia August 28, 2024

    मोदी
  • Babla sengupta December 28, 2023

    Babla sengupta
  • Laxman singh Rana September 15, 2022

    नमो नमो 🇮🇳
  • DrRam Ratan Karel September 10, 2022

    शुभ रात्री जी
  • DrRam Ratan Karel September 10, 2022

    शुभ रात्री जी
  • DrRam Ratan Karel September 10, 2022

    शुभ रात्री जी
  • G.shankar Srivastav August 09, 2022

    नमस्ते
  • ranjeet kumar August 05, 2022

    jay ho
  • Ashvin Patel July 29, 2022

    Good
  • Vivek Kumar Gupta July 27, 2022

    जय जयश्रीराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s fruit exports expand into western markets with GI tags driving growth

Media Coverage

India’s fruit exports expand into western markets with GI tags driving growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2025
February 22, 2025

Citizens Appreciate PM Modi's Efforts to Support Global South Development