প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিডনীত অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বিজনেছ ৰাউণ্ডটেবোল সন্মিলন সম্বোধন কৰে। সন্মিলনত ইস্পাত, বেংকিং, ইন্ধন, খনন আৰু তথ্য প্ৰযুক্তি সহ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা অগ্ৰণী কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাগ লয়। অষ্ট্ৰেলিয়াৰ কেইখনমান প্ৰধান বিশ্ববিদ্যালয়ৰ কুলপতিসকলেও বৈঠকত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে বেপাৰ কৰাত সহজতা আৰু অৰ্থনৈতিক বিকাশত উদগনি যোগাবলৈ চৰকাৰে আৰম্ভ কৰা কেইবাটাও অৰ্থনৈতিক সংস্কাৰ আৰু নতুন সুযোগৰ বিষয়ে অৱগত কৰে। ইয়াত বুনিয়াদী আন্তঃগাথঁনিৰ কানেক্টিভিটি পৰিকল্পনাৰ প্ৰতি একীকৃত দৃষ্টিভংগীৰ প্ৰতি মিছন গতিশক্তি, জন ধন-আধাৰ-মোবাইল ট্ৰিনিটি, ৰাষ্ট্ৰীয় শিক্ষা নীতি, হাইড্ৰোজেন মিছন ২০৫০, ডাক জীৱন বীমা (পিএলআই) যোজনা, অন্তৰিক্ষ আৰু ভূ-স্থানিক ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ, চিকিৎসা উপকৰণ নিৰ্মাণৰ নতুন নীতি আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা যোজনা আদি অন্তৰ্ভুক্ত আছে।

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক আমন্ত্ৰণ কৰি কয় যে তেওঁলোকে ভাৰতত ডিজিটেল বুনিয়াদী আন্তঃগাথঁনি, তথ্য প্ৰযুক্তি, ফিনটেক, দূৰসঞ্চাৰ, ছেমিকণ্ডাক্টৰ, অন্তৰিক্ষ, সেউজ হাইড্ৰোজেন সহ নবীকৰণ যোগ্য ইন্ধন, শিক্ষা, ফাৰ্মা, চিকিৎসা উপকৰণৰ নিৰ্মাণ সহ স্বাস্থ্য সেৱা, গুৰুত্বপূৰ্ণ খনিজসহ খনন, বস্ত্ৰ, কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ বুনিয়াদী আন্তঃগাথঁনিত বিনিয়োগৰ সুযোগ গ্ৰহণ কৰক।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক ভাৰতৰ প্ৰধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে লাভজনক ভাগবতৰা কৰিবলৈ উৎসাহিত কৰে। 

  • Kunika Dabra May 27, 2023

    ONE EARTH ONE FUTURE ONE FAMILY 🙏🏻🌍❤️
  • Kunika Dabra May 27, 2023

    भारत माता जय 🚩🙏🏻🇮🇳
  • Kunika Dabra May 27, 2023

    नमो-नमो 🙏🏻🚩🙏🏻
  • Kunika Dabra May 27, 2023

    जय हिन्द जय भारत 🙏🏻🇮🇳🚩
  • T.ravichandra Naidu May 27, 2023

    jai ho modiji amit shah ji namo namo
  • स्वामी श्री हरिषचंद्र पुरोहित , " वैदिक वारसो " मिठुप्रभु ।। May 26, 2023

    भारत भाग्य विधाता, मोदी जी हमारा देशका गौरव है.
  • स्वामी श्री हरिषचंद्र पुरोहित , " वैदिक वारसो " मिठुप्रभु ।। May 26, 2023

    भालतमाँता की जय हो।। सदैव विजय भवः मोदी जी .🎪
  • स्वामी श्री हरिषचंद्र पुरोहित , " वैदिक वारसो " मिठुप्रभु ।। May 26, 2023

    धन्य हो मोदी जी, शुभकामनाएं देशका यस्शवी प्रधानमन्त्री जी, हम सभी मिलके आपका औलोकिक वकतव्व सुनने आये थे , हम सब मोदी जी के साथ है . वंदेमातरम् ।।
  • Gajendra koushik May 25, 2023

    सही बात है
  • ranu das May 25, 2023

    ভারত মাতা কি জয় 🇨🇮🙏🏻🌹❤️🚩
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt

Media Coverage

Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2025
July 22, 2025

Citizens Appreciate Inclusive Development How PM Modi is Empowering Every Indian