Quoteতেওঁ কয় যে এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ চনৰ মৰাপাট বৰ্ষত সামগ্ৰীৰ পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ সিদ্ধান্তক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব।

শ্ৰী মোদীয়ে লগতে কয় যে এই সিদ্ধান্তই আমাৰ কাৰিকৰ আৰু কৃষকসকলক যথেষ্ট উদ্গনি যোগাব।

এই সিদ্ধান্ত সন্দৰ্ভত এই লিংকত সবিশেষ চাব পাৰিব:

https://pib.gov.in/PressReleasePage.aspx?PRID=1984208

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ টুইটাৰৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰীয়ে কয়;

“এই সিদ্ধান্তই মৰাপাট খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত অৰিহণা যোগাব। ইয়াৰ জৰিয়তে আমাৰ কাৰিকৰ আৰু কৃষকসকলকো যথেষ্ট উদ্গনি যোগাব।”

 

 

  • अलकापाटील March 07, 2024

    🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴
  • अलकापाटील March 07, 2024

    🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴🇧🇴
  • अलकापाटील March 07, 2024

    🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨🇨
  • अलकापाटील March 07, 2024

    🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮🇧🇮
  • अलकापाटील March 07, 2024

    🇧🇭🇧🇭🇧🇭🇧🇭🇧🇭🇧🇭🇧🇭🇧🇭
  • अलकापाटील March 07, 2024

    🇨🇳
  • अलकापाटील March 07, 2024

    🚩🚩🚩🚩🚩🚩🚩🚩
  • Abhishek Wakhare February 11, 2024

    फिर एक बार मोदी सरकार
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Dipak Dwebedi February 07, 2024

    राम हमारे गौरव के प्रतिमान हैं राम हमारे भारत की पहचान हैं राम हमारे घट-घट के भगवान हैं राम हमारी पूजा हैं अरमान हैं राम हमारे अंतरमन के प्राण हैं
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s development story and the PM’s contribution

Media Coverage

India’s development story and the PM’s contribution
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates the Indian contingent for their performance at 2025 Asian Athletics Championships
June 02, 2025

Prime Minister, Shri Narendra Modi, has praised the Indian contingent for their stupendous performance at the recently held 2025 Asian Athletics Championships in South Korea."The hard work and determination of every athlete were clearly visible throughout the tournament", Shri Modi stated.

The Prime Minister posted on X :

"India is proud of our contingent for their stupendous performance at the recently held 2025 Asian Athletics Championships in South Korea. The hardwork and determination of every athlete were clearly visible throughout the tournament. Best wishes to the athletes for their future endeavours."