প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহৰ কথা স্বীকাৰ কৰে।

এক ‘টুইট’যোগে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তথ্যৰ ‘ডিজিটাইজেশ্যন’ৰ ফলত মন্ত্ৰালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, অধিক স্থান মুকলি হোৱাৰ বিষয়ে জানিবলৈ দিছিল।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীৰ ‘টুইট’ৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"বঢ়িয়া! এনে ধৰণৰ প্ৰচেষ্টাৰ ফলত প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধা ওলায়।" 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's apparel exports clock double digit growth amid global headwinds

Media Coverage

India's apparel exports clock double digit growth amid global headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 এপ্ৰিল 2025
April 18, 2025

Aatmanirbhar Bharat: PM Modi’s Vision Powers India’s Self-Reliant Future