প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহৰ কথা স্বীকাৰ কৰে।
এক ‘টুইট’যোগে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তথ্যৰ ‘ডিজিটাইজেশ্যন’ৰ ফলত মন্ত্ৰালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, অধিক স্থান মুকলি হোৱাৰ বিষয়ে জানিবলৈ দিছিল।
কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীৰ ‘টুইট’ৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"বঢ়িয়া! এনে ধৰণৰ প্ৰচেষ্টাৰ ফলত প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধা ওলায়।"
Wonderful! Such efforts have the advantages of increased usage of technology, cleanliness and better usage of space. https://t.co/MNVqpOfOpi
— Narendra Modi (@narendramodi) May 9, 2023