প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ খিজাদিয়া অভয়াৰণ্য আৰু উত্তৰপ্রদেশৰ বাখিৰা অভয়াৰণ্য ৰামসাৰ তালিকাভুক্ত হোৱাৰ বাবে সন্তোষ প্রকাশ কৰে৷
কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রী শ্রী ভূপেন্দ্র যাদৱৰ এক ট্যুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়,
“বহুত ভাল খবৰ৷
দক্ষিণ এছিয়াৰ সৰ্বাধিক ৰামসাৰ অঞ্চল ভাৰতত আছে। ইয়াৰ জৰিয়তে জৈৱ-বৈচিত্রক ৰক্ষা কৰা আৰু প্রকৃতিৰ সৈতে সম্প্রীতি বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ নাগৰিকসকলৰ প্ৰতিশ্ৰুতিকে প্রতিফলিত হৈছে।”
Excellent news!
— Narendra Modi (@narendramodi) February 3, 2022
India having the largest network of Ramsar Sites in South Asia manifests the commitment of our citizens to protect flora and fauna and live in harmony with nature. https://t.co/ux7B2pvUtF