প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংৰ মাধ্যমেৰে ১৯ নৱেম্বৰৰ দিনৰ ১২ বজাত ২০২০ বৰ্ষৰ বেঙ্গালুৰু টেক ছামিট উদ্বোধন কৰিব।

বেঙ্গালুৰু টেক ছামিট ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। কৰ্ণাটক ইনোভেশ্যন এণ্ড টেকন’লজি ছ’চাইটি (কেআইটিএছ), কৰ্ণাটক চৰকাৰৰ তথ্য প্ৰযুক্তি, জৈৱ প্ৰযুক্তি আৰু নতুন উদ্যোগৰ ওপৰত পৰিকল্পনাকাৰী গোষ্ঠী, ছফ্টৱেৰ টেকন’লজী পাৰ্কছ অৱ ইণ্ডিয়া আৰু এম এম এক্টিভ ছায়েন্স-টেকন’লজী কমিউনিকেশ্যনছৰ সৈতে কৰ্ণাটক চৰকাৰে যৌথ উদ্যোগত এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মিঃ স্কট মৰিছন, ছুইছ কনফেডাৰেশ্যনৰ উপাধ্যক্ষসহ আন্তৰ্জাতিক স্তৰত খ্যাতিসম্পন্ন ব্যক্তিত্বসকলে বেঙ্গালুৰু টেক ছামিটত উপস্থিত থাকিব। ইয়াৰ উপৰিও এই সন্মিলনত দেশ বিদেশৰ প্ৰযুক্তি বিশেষজ্ঞ, শিল্প সংস্থাৰ কৰ্ণধাৰ, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক আৰু শিক্ষাবিদসকলেও সন্মিলনত যোগ দিব।

এই বছৰৰ সন্মিলনৰ মূল বিষয়বস্তু হৈছে “নেক্সট ইজ নিউ”౼ পৰৱৰ্তীয়েই নতুন। ক’ভিডৰ পৰৱৰ্তী সময়ত যিবোৰ প্ৰত্যাহ্বান দেখা দিব আৰু তাৰ ফলত তথ্য প্ৰযুক্তি আৰু বৈদ্যুতিন ক্ষেত্ৰত যিবোৰ প্ৰভাৱ পৰিব, সন্মিলনত সেই বিষয়বোৰৰ ওপৰতো আলোচনা হ’ব।

 

  • Reena chaurasia September 02, 2024

    बीजेपी
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 03, 2023

    नमो नमो नमो नमो नमो नमो
  • Aditya Mishra May 07, 2023

    जय सिया राम
  • Shivkumragupta Gupta July 02, 2022

    जय भारत
  • Shivkumragupta Gupta July 02, 2022

    जय हिंद
  • Shivkumragupta Gupta July 02, 2022

    जय श्री सीताराम
  • Shivkumragupta Gupta July 02, 2022

    जय श्री राम
  • Laxman singh Rana June 22, 2022

    नमो नमो 🇮🇳🌷🌹
  • Laxman singh Rana June 22, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana June 22, 2022

    नमो नमो 🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s Northeast: The new frontier in critical mineral security

Media Coverage

India’s Northeast: The new frontier in critical mineral security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2025
July 19, 2025

Appreciation by Citizens for the Progressive Reforms Introduced under the Leadership of PM Modi