প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ সৰোবৰ বান্ধৰ ডাইনেমিক লাইটিং উদ্বোধন কৰে৷ তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ সকলো চৰকাৰী ভাষাত ষ্টেছ্যু অৱ ইউনিটীৰ ৱেবছাইটৰ লগতে ইউনিটী গ্ল’ গাৰ্ডেনত কেৱাদিয়া ম’বাইল এপ উন্মোচন কৰে৷ তেওঁ কেকটাছ উদ্বোধন আৰু পৰিদৰ্শনো কৰে৷
চৰ্দাৰ সৰোবৰ বান্ধৰ ডাইনেমিক লাইটিং
ইউনিটী গ্ল’ গাৰ্ডেন
এইখন ৩.৬১একৰ এলেকা বিস্তৃত এক বিশেষ বিষয়বস্তৰ ব্যতিক্ৰমী উদ্যান৷ ইয়াৰ লাইটিং এনেদৰে সংস্থাপন কৰা হৈছে, য’ত ইয়াৰ চিকমিকনিয়ে ইয়াৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে৷ তদুপৰি, ইয়াত মূৰ্তিও সংস্থাপন কৰা হৈছে৷ উদ্যানখনৰ বিশেষত্ব এই যে এই উদ্যানত পৰ্যটকক প্ৰধানমন্ত্ৰীৰ অপ্টিকেল ইলুশ্যন ব্যৱস্থাৰ জৰিয়তে অভিবাদন জনাব৷ পৰ্যটকে নিশাৰ ভাগতো এই উদ্যান উপভোগ কৰিব পাৰিব৷
কেকটাছ গাৰ্ডেন