Prime Minister has strongly disapproved reported incidents of vandalism in parts of country

দেশৰ কিছু কিছু স্থানত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ কৈছে যে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্ৰতিমূৰ্তি ভঙা কাৰ্যক অত্যন্ত গভীৰভাৱে গ্ৰহণ কৰিছে আৰু এনে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পৰ্যাপ্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে৷ এইধৰণৰ ঘটনাৰ সৈতে জড়িত লোকসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s Space Sector: A Transformational Year Ahead in 2025

Media Coverage

India’s Space Sector: A Transformational Year Ahead in 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ডিচেম্বৰ 2024
December 24, 2024

Citizens appreciate PM Modi’s Vision of Transforming India