প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিট্টোৰগড়ৰ প্ৰাক্তন সাংসদ শ্ৰী মহেন্দ্ৰ সিং মেৱাড়ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।
তেওঁ এক্সত এটা পোষ্টত লিখিছে -
“সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ অমূল্য অৱদান আগবঢ়োৱা চিট্টোৰগড়ৰ প্ৰাক্তন সাংসদ তথা মেৱাড় ৰাজপৰিয়ালৰ সদস্য মহেন্দ্ৰ সিং মেৱাড় জীৰ মৃত্যুত অত্যন্ত শোক পাইছো। তেওঁ গোটেই জীৱন ৰাজস্থানৰ ঐতিহ্য সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধনত নিয়োজিত হৈ থাকিল। ৰাইজৰ সেৱাৰ বাবে তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছিল। সমাজৰ কল্যাণৰ হেতু তেওঁ কৰি যোৱা কামবোৰ সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। শোকাকুল এই কঠিন সময়খিনিত তেখেতৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছো। ঔঁম শান্তি!”
सामाजिक और राजनीतिक जीवन में अमूल्य योगदान देने वाले चित्तौड़गढ़ के पूर्व सांसद और मेवाड़ राजघराने के सदस्य महेंद्र सिंह मेवाड़ जी के निधन से अत्यंत दुख हुआ है। वे जीवनपर्यंत राजस्थान की विरासत को सहेजने और संवारने में जुटे रहे। उन्होंने लोगों की सेवा के लिए पूरे समर्पित भाव से…
— Narendra Modi (@narendramodi) November 10, 2024