প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কোপেনহেগেনত দ্বিতীয় ভাৰত-নর্ডিক শীর্ষ সন্মিলনৰ পৰা ওভতাৰ পথত ৪ মে'ত আনুষ্ঠানিকভাৱে ফ্রাঞ্চ ভ্ৰমণ কৰে।

পেৰিচত প্রধানমন্ত্রীয়ে মুখামুখীকৈ তথা প্রতিনিধি পর্যায়ত ফৰাচী ৰাষ্ট্রপতি মিঃ ইমানুৱেল মেক্রঁৰ সৈতে বৈঠক কৰে। উভয় নেতাই প্রতিৰক্ষা, মহাকাশ, সমুদ্র সম্পদ-ভিত্তিক অর্থনীতি, অসামাৰিক পৰমাণু আৰু মানুহৰ সৈতে মানুহৰ সম্পর্ক সহ দ্বিপাক্ষিক বিষয়সমূহক লৈ সামগ্রিক পৰিসৰত আলোচনা কৰে।

উভয় নেতাই আঞ্চলিক আৰু বিশ্ব পর্যায়ৰ নিৰাপত্তাৰ বিষয় সন্দৰ্ভতো পর্যালোচনা কৰে। ভাৰত – ফ্রাঞ্চ কৌশলগত অংশীদাৰিত্বক বিশ্বৰ কল্যাণত এটা শক্তি হিচাপে ব্যৱহাৰত একেলগে কাম কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। প্রধানমন্ত্রীৰ এই ফ্রাঞ্চ ভ্ৰমণে কেৱল দুই দেশৰ মাজতে নহয়, দুই নেতাৰ মাজত দৃঢ় বন্ধুত্ব আৰু সদিচ্ছাৰ পৰিচয়ো বহন কৰে।

প্রধানমন্ত্রীয়ে ৰাষ্ট্রপতি মেক্রঁ’ক যিমান সোনকালে সম্ভৱ ভাৰত ভ্ৰমণৰ বাবে আমন্ত্রণ জনায়।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget touches all four key engines of growth: India Inc

Media Coverage

Budget touches all four key engines of growth: India Inc
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates musician Chandrika Tandon on winning Grammy award
February 03, 2025

The Prime Minister today congratulated musician Chandrika Tandon on winning Grammy award for the album Triveni. He commended her passion towards Indian culture and accomplishments as an entrepreneur, philanthropist and musician.

In a post on X, he wrote:

“Congratulations to @chandrikatandon on winning the Grammy for the album Triveni. We take great pride in her accomplishments as an entrepreneur, philanthropist and ofcourse, music! It is commendable how she has remained passionate about Indian culture and has been working to popularise it. She is an inspiration for several people.

I fondly recall meeting her in New York in 2023.”