Quoteনেতাদ্বয়ে ‘ভাৰত-ৰাছিয়া বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ অধিক শক্তিশালী কৰিবলৈ সন্মতি প্ৰকাশ কৰে
Quoteচলিত ‘ব্ৰিকছ’-ৰ অধ্যক্ষ পদৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাছিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰে
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ব্লাদিমিৰ পুটিনৰ পৰা অহা টেলিফোন গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ব্লাদিমিৰ পুটিনৰ পৰা অহা টেলিফোন গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতি পুটিনে সাধাৰণ নিৰ্বাচনত সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক উষ্ম অভিনন্দন জনায় আৰু ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে ভাৰত-ৰাছিয়া বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি যাবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনত ব্ৰিকছৰ চলিত অধিৱেশনত ৰাছিয়াৰ অধ্যক্ষতাৰ বাবে ৰাষ্ট্ৰপতি পুটিনলৈ শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োজন নেতাই যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে।

 

  • Devendra Kunwar October 17, 2024

    BJP
  • Ankul Hatwal September 17, 2024

    hh
  • ओम प्रकाश सैनी September 06, 2024

    Ram ram ram ram
  • ओम प्रकाश सैनी September 06, 2024

    Ram ram ram
  • ओम प्रकाश सैनी September 06, 2024

    Ram ram
  • ओम प्रकाश सैनी September 06, 2024

    Ram ji
  • ओम प्रकाश सैनी September 06, 2024

    Ram
  • Vivek Kumar Gupta August 26, 2024

    नमो ......🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 26, 2024

    नमो .............….....🙏🙏🙏🙏🙏
  • shailesh dubey August 20, 2024

    वंदे मातरम्
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Artificial intelligence & India: The Modi model of technology diffusion

Media Coverage

Artificial intelligence & India: The Modi model of technology diffusion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 মাৰ্চ 2025
March 22, 2025

Citizens Appreciate PM Modi’s Progressive Reforms Forging the Path Towards Viksit Bharat