প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ ১৬ ডিচেম্বৰত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব৷
ৰায়বেৰেলি প্ৰধানমন্ত্ৰীয়ে আধূনিক ডবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰিব৷ এই উপলক্ষে এক ৰাজহুৱা সভাততেওঁ কাৰখানাটোৰ ৯০০সংখ্যক ডবা আৰু হমছফৰ ৰেকৰ শুভাৰম্ভ কৰিব৷ তেওঁ একাধিক প্ৰকল্প দেশবাসীৰনামত উচৰ্গা কৰা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা সভাতো ভাষণআগবঢ়াব৷
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী প্ৰয়াগৰাজ অভিমূখে ৰাওনা হ’ব৷ তাত তেওঁ কুম্ভ মেলাৰ বাবে এক অত্যাধূনিক নিয়ন্ত্ৰণকেন্দ্ৰ উদ্বোধন কৰিব৷ তেওঁ গংগা পূজন কৰাৰ লগতে স্বচ্ছ কুম্ভ প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব৷ শ্ৰী নৰেন্দ্ৰ মোদীয়েপ্ৰয়াগৰাজত “অক্ষয়ভাটো” ভ্ৰমণ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে অন্দাৱা অভিমূখে ৰাওনা হ’ব, তাত তেওঁ একাধিক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গাকৰা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে তাতো এক ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব৷
প্ৰধানমন্ত্ৰীয়ে অন্দাৱাৰ পাছতে প্ৰয়াগৰাজৰ বামৰৌলিত উপস্থিত হ’ব৷ দিল্লীৰ প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে তেওঁবিমানবন্দৰটোৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব৷
The Prime Minister will visit Uttar Pradesh on December 16, 2018.
— PMO India (@PMOIndia) December 15, 2018
At Rae Bareli, PM will inspect the Modern Coach Factory. At a public meeting, he will flag-off the 900th coach, and a Humsafar Rake of this Factory.
He will dedicate to the nation, inaugurate, or lay the Foundation Stone of various development projects. The Prime Minister will also address the gathering.
— PMO India (@PMOIndia) December 15, 2018
The Prime Minister will then proceed to Prayagraj. He will inaugurate a state-of-the-art Command and Control Centre for the Kumbh Mela. He will perform Ganga Pujan, and visit the Swachh Kumbh exhibition. Shri Narendra Modi will also visit the “Akshayvat” in Prayagraj.
— PMO India (@PMOIndia) December 15, 2018
PM @narendramodi will go to Andawa, where he will dedicate to the nation, inaugurate, or lay the Foundation Stone of various development projects. The Prime Minister will also address the gathering.
— PMO India (@PMOIndia) December 15, 2018
The Prime Minister will then arrive at Bamrauli Airport, Prayagraj. He will inaugurate the new terminal building of the Airport, before returning to Delhi.
— PMO India (@PMOIndia) December 15, 2018