প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব৷
৩ জানুৱাৰীত তেওঁ পাঞ্জাৱৰ জলন্ধৰত ১০৬সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ–২০১৯ উদ্বোধন কৰিব৷ এইউপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে গুৰদাসপুৰলৈ ৰাওনা হ’ব, য’ততেওঁ এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব৷
প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতে সমগ্ৰ দেশত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু নতুনত্ব উদ্ভাৱন ইত্যাদিৰপ্ৰতি উৎসাহ যোগোৱাৰ প্ৰতি তেওঁ ভিজনৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চমবাৰলৈ ভাৰতীয় বিজ্ঞান সমাৰোহত ভাষণআগবঢ়াব৷ ইয়াৰ পূৰ্বে ২০১৮ত ১০৫সংখ্যক আইএছচি সংস্কৰণ, ২০১৭ত ১০৪সংখ্যক সংস্কৰণ, ২০১৬ত১০৩সংখ্যক সংস্কৰণ আৰু ২০১৫ত ১০২সংখ্যক সংস্কৰণত ভাষণ আগবঢ়াব৷