QuotePM to participate in Buddha Jayanti Celebrations in New Delhi tomorrow

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল, সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল’ব৷

অনুষ্ঠানত তেওঁ সংগ দান আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে সৰনাথস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ তিবেতান ষ্টাডিজ আৰু বুদ্ধ গয়াস্থিত সৰ্বভাৰতীয় ভিক্ষু সংঘলৈ বৈশাখ সন্মান প্ৰশস্তি পত্ৰও আগবঢ়াব৷ তেওঁ উপস্থিত ৰাইজকো সম্বোধন কৰিব৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
70 million farmers now have digital IDs linked to land records

Media Coverage

70 million farmers now have digital IDs linked to land records
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Madhya Pradesh Chief Minister meets PM Modi
August 18, 2025