প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে.পি. অ’লীৰ সৈতে যোগবানী-বিৰাটনগৰত দ্বিতীয়টো একীকৃত চেক প’ষ্ট যুটীয়াভাৱে উদ্বোধন কৰিব৷ ভাৰত-নেপাল সীমান্তৰে মানুহৰ অহা-যোৱা আৰু বাণিজ্যৰ সুবিধাৰ বাবে ভাৰতৰ সহযোগত যোগবানী-বিৰাটনাগত দ্বিতীয় একীকৃত চেক প’ষ্ট নিৰ্মাণ কৰা হৈছে৷
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নেপালত ভূমিকম্পৰ পিছত ভাৰত চৰকাৰৰ সহযোগত পুনৰ নিৰ্মিত আৱাসিক প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিব৷ ভাৰত চৰকাৰৰ ৫০,০০০ ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি অনুসৰি, গোৰ্খা আৰু নুৱাক’ট জিলাত এতিয়ালৈ ৪৫,০০০ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে৷
Tomorrow PM @narendramodi and @PM_Nepal Shri K.P. Oli will jointly inaugurate the second Integrated Check Post (ICP) at Jogbani-Biratnagar built with Indian assistance to facilitate trade and people’s movement.
— PMO India (@PMOIndia) January 20, 2020
The first ICP was built in Raxaul-Birgunj in 2018.
Both Prime Ministers will also witness the remarkable progress in GoI assisted post-earthquake housing reconstruction projects in Nepal.
— PMO India (@PMOIndia) January 20, 2020
Out of GoI’s commitment to build 50,000 houses in Gorkha and Nuwakot districts, 45,000 have already been completed.