QuotePM to interact with young innovators and start-up entrepreneurs tomorrow. 

যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে কাইলৈ মতবিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে  

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে মতবিনিময় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কৈছে—‘কাইলৈ পুৱা ৯.৩০ বজাত মই দেশৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰ সৈতে মত-বিনিময়ত ভাগ ল’ম৷ এই মত-বিনিময়ৰ জৰিয়তে মই যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীসকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপৰ এক সুৱৰ্ণ সুযোগ লাভ কৰিম৷ 

ভাৰতবৰ্ষ এতিয়া ষ্টাৰ্ট-আপ আৰু নতুন আৱিষ্কাৰৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ ভাৰতীয় যুৱ প্ৰজন্মই আধুনিক আৰু অভিনৱ চিন্তাৰে স্বাৱলম্বী হৈ উঠিছে৷ কাইলৈৰ মত-বিনিময়ত বহুতো আগশাৰীৰ উদ্ভাৱন কেন্দ্ৰ আৰু মেৰামতি লেব’ৰটৰীৰ উদীয়মান উদ্ভাৱকে অংশ ল’ব৷   

মই বিশেষকৈ দেশৰ যুৱ প্ৰজন্মক কাইলৈৰ মত-বিনিময়ত অংশ ল’বলৈ আহ্বান জনাইছো৷ এয়া শিকা, নিজকে বিকশিত কৰা আৰু অনুপ্ৰেৰণা লাভৰ এক অভিনৱ পন্থা৷ আপোনালোকে ‘নৰেন্দ্ৰ মোদী মোবাইল এপ’ অথবা ‘@ডিডিনিউজলাইভ’ৰ মাধ্যমেৰে ইয়াক উপভোগ কৰিব পাৰিব, দিহা-পৰামৰ্শ দিব পাৰিব আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰিব৷”

 

  • Babla sengupta January 05, 2024

    Babla sengupta
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Indian banks outperform global peers in digital transition, daily services

Media Coverage

Indian banks outperform global peers in digital transition, daily services
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2025
April 24, 2025

Citizens Appreciate PM Modi's Leadership: Driving India's Growth and Innovation