প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অযোধ্যাত ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে

এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে হনুমানগড়ি দর্শন কৰাৰ লগতে পূজা আগবঢ়াব৷ ইয়াৰ পাছত তেওঁ শ্রী ৰাম জন্মভূমিলৈ যাব৷ তাত ‘ভগৱান শ্রী ৰামলালা বিৰাজমান’ দর্শন আৰু পূজা আগবঢ়াব৷ তাৰপাছত প্ৰধানমন্ত্ৰীয়ে এটা পাৰিজাত গছৰ পুলি ৰোপণ কৰাৰ লগতে ভূমি পূজন কৰিব৷

প্ৰধানমন্ত্রীয়ে ইয়াৰ পাছত মন্দিৰৰ আধাৰশিলা স্থাপন আৰু ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ স্মাৰক ডাক টিকট মুকলি কৰিব৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”