প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৫ নৱেম্বৰ বুধবাৰে, বিয়লি ৫-৩০ মিনিটত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ১৯২০ চনত এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। এইবছৰ এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছে।

 

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে শতবৰ্ষ স্মাৰক হিচাপে এটি মুদ্ৰাও প্ৰকাশ কৰিব। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ডাক বিভাগৰ এক বিশেষ স্মাৰক ডাক টিকট আৰু এই ডাকটিকটৰ বিশেষ কভাৰো প্ৰকাশ কৰিব। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীৰ উপৰিও উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে যোগ দিব।

 

  • शिवकुमार गुप्ता February 10, 2022

    जय भारत
  • शिवकुमार गुप्ता February 10, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 10, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 10, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
The Unbelievable Yet Real Success Story Of Infrastructure In Modi-Led Bharat Over 11 Years

Media Coverage

The Unbelievable Yet Real Success Story Of Infrastructure In Modi-Led Bharat Over 11 Years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity