প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ৰ পুৱা ১০.৩০ বজাত কেগ কাৰ্যালয়ৰ চৌহদত প্ৰথম অডিট দিৱস উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়াব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ এটা মূৰ্তিও উন্মোচন কৰিব৷

ঐতিহাসিক কেগ প্রতিষ্ঠানৰ বিগত কেইবা দশক ধৰি প্রশাসন, স্বচ্ছতা আৰু দায়বদ্ধতা অটুট ৰখাৰ লক্ষ্যৰে এই প্রতিষ্ঠানৰ অৱদানক স্মৰণ কৰি অডিট দিবস উদযাপন কৰা হৈছে৷

এই উপলক্ষে ভাৰতৰ কেগো উপস্থিত থাকিব৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs

Media Coverage

Govt saved 48 billion kiloWatt of energy per hour by distributing 37 cr LED bulbs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2025
March 12, 2025

Appreciation for PM Modi’s Reforms Powering India’s Global Rise