প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লী এইমছত ক’ভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰে৷

 

|

টুইটাৰযোগে এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “এইমছত মই ক’ভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰিলো৷ ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ যুঁজক শক্তিশালী কৰাৰ জটিল সন্ধিক্ষণত আমাৰ চিকিৎসক আৰু বিজ্ঞানীসকলে উল্লেখযোগ্য কাম কৰিছে৷ মই যোগ্য সকলো ব্যক্তিকে ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনালো৷ আহক, আমি সকলোৱে ভাৰতক ক’ভিড-১৯ মুক্ত দেশ হিচাপে গঢ় দিও৷”

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
ASER 2024 | Silent revolution: Drop in unschooled mothers from 47% to 29% in 8 yrs

Media Coverage

ASER 2024 | Silent revolution: Drop in unschooled mothers from 47% to 29% in 8 yrs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13ফেব্ৰুৱাৰী 2025
February 13, 2025

Citizens Appreciate India’s Growing Global Influence under the Leadership of PM Modi