প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাবুল বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাপুৰুষোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে৷
প্ৰধানমন্ত্রীয়ে কয়, “কাবুল বিশ্ববিদ্যালয়ত আজি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাপুৰুষোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিছো৷ এই আক্ৰমণত হতাহত লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জনাইছো৷ সন্ত্রাসৰ বিৰুদ্ধে আফগানিস্তানৰ অদম্য যুঁজত আমাৰ সমর্থন অব্যাহত থাকিব৷”
I strongly condemn the cowardly terrorist attack at Kabul University today. Our prayers are with the families of the victims and the injured. We will continue to support Afghanistan's brave struggle against terrorism.
— Narendra Modi (@narendramodi) November 2, 2020