প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত এশ পঞ্চাছজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতৰ হৈ শোক প্ৰকাশ কৰে৷

ধৰ্মীয় উৎসৱ এটা চলি থকাৰ সময়তে ধৰ্মীয় অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক প্ৰধানমন্ত্ৰীয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ এয়া শীতল মস্তিষ্ক তথা পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে সন্ত্ৰাসবাদৰ সমস্যা সমগ্ৰ বিশ্বৰ মানৱতাৰ বাবে গুৰুতৰ বিষয় হৈ পৰিছে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাক সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে গ্ৰহণ কৰা সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে যথাসম্ভৱ সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে৷

তেওঁ আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় সহযোগিতা প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷

 

  • Nitesh Sangitla February 12, 2024

    जय हो
  • Ranesh Das February 12, 2024

    bhart mata ki jay
  • shambhu nath Pandey February 12, 2024

    विश्व के सबसे यशस्वी नेता माननीय नरेंद्र मोदी जी को मेरा नमन 🙏
  • Nitesh Sangitla February 12, 2024

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy

Media Coverage

India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ফেব্ৰুৱাৰী 2025
February 20, 2025

Citizens Appreciate PM Modi's Effort to Foster Innovation and Economic Opportunity Nationwide